logo

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি ড্ৰাগছৰ ৰমৰমীয়া বেহা।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি ড্ৰাগছৰ ৰমৰমীয়া বেহা। কলগাছিয়াৰ পাটবজাৰত ড্ৰাগছসহ এজন যুৱকক আটক। আটকাধীন যুৱকজন বলাইপথাৰ গাঁৱৰ ছবুৰ উদ্দিন। ছবুৰ উদ্দিনৰ পৰা জব্দ তিনিটা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ।

https://www.facebook.com/profile.php?id=100093134183602&mibextid=ZbWKwL

13
1564 views